Breaking

ৰাজ্যত আবকাৰী বিভাগৰ প্ৰতিখন জিলাৰ সুৰা বিপণিক সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ…

0 57

ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধি কৰাৰ লক্ষ্যৰে আবকাৰী বিভাগৰ জাননী। প্ৰতিখন জিলাৰ সুৰা বিপণিক সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ আবকাৰী আয়ুক্ত জিতু দলেৰ।

মহানগৰীৰ প্ৰতিখন বিপণিলৈ মাহে ৩ হাজাৰ ৩১০ লিটাৰ বীয়েৰ বিক্ৰীৰো নিৰ্দেশ । আবকাৰী ৰাজহ ৪ হাজাৰ ৫০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ।

আবকাৰী ৰাজহ ৪ হাজাৰ ৫০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ।

Leave A Reply

Your email address will not be published.