বিধায়ক অখিল গগৈৰ পুত্ৰ লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীণ

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু ড° গীতাশ্ৰী তামুলিৰ পুত্ৰ নচিকেতা গগৈয়ে এটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উৰ্ত্তীণ হয়।

অসম জাতীয় বিদ্যালয়, নুনমাটিৰ পৰা পৰীক্ষাত অৱৰ্তীণ হৈছিল নচিকেতা। পুত্ৰৰ সফলতাত অখিল গগৈ আনন্দিত হৈ পৰিছে।

Related Articles