Breaking

ৰাকেশ পাল আৰু আন ৩২জন ব্যক্তিয়ে ১০ বছৰৰ কাৰাদণ্ড ভোগ কৰিব লাগিব কিয় !

0 78

এ পি এছ চি (অসম লোকসেৱা আয়োগ)ৰ কৃষি উন্নয়ন বিষয়া (এ ডি অ’)ৰ কুখ্যাত নিযুক্তি কেলেংকাৰিত সোমবাৰে প্ৰধান অভিযুক্ত ৰাকেশ পাল আৰু আন ৩২ জনক দোষী সাব্যস্ত কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
এই কেলেংকাৰীত ২০১৩ চনত বিজ্ঞাপন দিয়া এডিঅ’ পদৰ বাছনি প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হৈছিল।

The Gauhati Special Court Monday 22-07-27, convicted prime accused Rakesh Paul and 33 others in the APSC (Assam Public Service Commission) cash for job scam. Rakesh Paul, the than APSC chairman, played a significant role in the scam with the Agricultural Development Officer (ADO) recruitment, during his tenure. The scandal first came to light in 2015-16, uncovering the deep rooted issue of corruption within the system. The case revolves around irregularities uncovered during the selection process for ADO positions advertised in 2013. This scandal of APSC cash-for-job controversy was uncovered in where candidates allegedly paid bribes to secure positions in the combined competitive exam 2013 and 2014. The court’s verdict came after a long investigation and legal proceedings where 34 accused were found guilty, while other 10 were acquitted.Pix by UB Photos

তেতিয়াৰ এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পাল এই কেলেংকাৰীৰ মূল অভিযুক্ত হোৱাৰ লগতে তেওঁৰ প্ৰৰোচনাতে নিযুক্তিৰ অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছিল।

২০১৫-১৬ চনত উন্মোচিত হোৱা এ পি এছ চি কেলেংকাৰীত প্ৰাৰ্থীয়ে নকল পৰীক্ষাৰ জৰিয়তে চৰকাৰী পদ নিশ্চিত কৰিবলৈ বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। দোষী সাব্যস্ত হোৱা সকল হ’ল- ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমান, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুং।

The Gauhati Special Court Monday 22-07-27, convicted prime accused Rakesh Paul and 33 others in the APSC (Assam Public Service Commission) cash for job scam. Rakesh Paul, the than APSC chairman, played a significant role in the scam with the Agricultural Development Officer (ADO) recruitment, during his tenure. The scandal first came to light in 2015-16, uncovering the deep rooted issue of corruption within the system. The case revolves around irregularities uncovered during the selection process for ADO positions advertised in 2013. This scandal of APSC cash-for-job controversy was uncovered in where candidates allegedly paid bribes to secure positions in the combined competitive exam 2013 and 2014. The court’s verdict came after a long investigation and legal proceedings where 34 accused were found guilty, while other 10 were acquitted.Pix by UB Photos

বাতৰি অনুসৰি, দোষী সাৱ্যস্ত হোৱা ৩২জন ব্যক্তিয়ে ১০ বছৰৰ কাৰাদণ্ড ভোগ কৰিব লাগিব।

Leave A Reply

Your email address will not be published.