Breaking

নগাঁৱত অনুষ্ঠিত হয় অসম শক্তি উত্তোলন সন্থাৰ নগাঁও জিলাৰ সাধাৰণ সভা।

0 10

নগাঁৱত অনুষ্ঠিত হয় অসম শক্তি উত্তোলন সন্থাৰ নগাঁও জিলাৰ সাধাৰণ সভা।

অসম শক্তি উত্তোলন সন্থাৰ তিনিজনীয়া পৰ্যবেক্ষকৰ উপস্থিতিত অনুষ্ঠিত হয় সাধাৰণ সভা।

নগাঁও জিলাৰ নতুন সমিতি গঠন কৰা হয় সাধাৰণ সভাত।

সভাপতি পদত অভিজিত শৰ্মা,কাৰ্যকৰি সভাপতি বিৰাজ বৰদলৈ,সাধাৰণ সম্পাদক পদত মনোজ কলিতা আৰু সম্পাদক পদত তপন কুমাৰ বৰাক দায়িত্ব অৰ্পন।

Leave A Reply

Your email address will not be published.