Breaking

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জৰিয়তে গুৰুত্ব প্ৰদান চৰকাৰৰ…

0 10

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জৰিয়তে আমি কামৰূপত এক অনন্য পদক্ষেপ হাতত লৈছিলোঁ৷ স্থানীয় মীনপালকসকলক মাছৰ গুড়ি তৈয়াৰৰ জৰিয়তে সবলীকৰণৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়৷

উল্লেখ্য, শিশুৰ খাদ্যত প্ৰটিনৰ উৎস হিচাপে এনেধৰণে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে উৎপাদিত মাছৰ গুড়ি অন্তৰ্ভুক্ত

কৰা হয়৷ ইয়াৰ দ্বাৰা শিশুৰ পুষ্টিহীনতাৰ মাত্ৰা যথেষ্ট হ্ৰাস পায়৷

Leave A Reply

Your email address will not be published.