Breaking

সলনি হ’ল ৰাজ্যৰ ৰাজ্যপাল, লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপালৰূপে নিযুক্তি…

0 50

সলনি হ’ল দেশৰ ১০ খন ৰাজ্যৰ ৰাজ্যপাল।অসমৰ বৰ্তমানৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান।আনহাতে লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপালৰূপে নিযুক্তি। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে নিযুক্তি দিলে নতুন ৰাজ্যপালক।

পূৰ্বে ছিকিমৰ ৰাজ্যপালৰ দায়িত্বত আছিল লক্ষ্মণ প্ৰসাদ আচাৰ্য। মণিপুৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে আচাৰ্যক।

Leave A Reply

Your email address will not be published.