ধুবুৰীত আজি মানুহবতাৰ পৰিচয় দাঙি ধৰিলে এগৰাকী ইছলাম ধৰ্মৰ যুব সাংবাদিক।ধুবুৰীৰ এগৰাকী অসহায় হিন্দু ধৰ্মাৱলম্বীৰ বৃদ্ধা মহিলাক ৰক্তদান কৰিলে ধুবুৰীৰ এগৰাকী মুছলিম ধৰ্মৰ যুব সাংবাদিক শাহাদত আলী । কিয়নো ধুবুৰী চহৰৰ ৩ নং ওৱাৰ্ডৰ বাসিন্দা লক্ষী ৰায় ৭০ বছৰীয়া এগৰাকী হিন্দু অসহায় বৃদ্ধা মহিলাই যোৱা পাচ দিন ধৰি নিজৰ ভৰি এখন ভঙাৰ ফলত ঘৰতে আবদ্ধ হৈ পৰি আছিলে যদিও আজি ধুবুৰীৰ ৰেড ক্ৰছ ছোছাইয়েটিৰ কৰ্মী সকলৰ সহযোগীতাত ধুবুৰী চিলাৰায় হস্পিটেলত সু চিকিৎসাৰ ভাবে ভৰ্তি কৰোৱা হয় , পিছে এই অসহায় তথা নিৰিহ বৃদ্ধা গৰাকীৰ অস্ত্ৰপ্ৰচাৰৰ সময়ত A পজিটিৱ ৰক্তৰ প্ৰয়োজন হৈ পৰিছিল।পিছে তেনে সময়তে ৰেড ক্ৰছ ছোছাইয়েটিৰ সম্পাদক ৰাজীৱ শৰ্মাই সকলো কথা যুব সাংবাদিক শাহাদত আলীক অবগত কৰিছিল যদিও লগে লগে যুৱ সাংবাদিক গৰাকীৰ ৰক্ত A পজিটিব আছিল লগে লগে ধুবুৰী অসামৰিক চিকিৎসালয়ত গৈ আজি এই অসহায় বৃদ্ধা মহিলা গৰাকীৰক সাংবাদিক জনে ৩৫০ গ্ৰাম ৰক্তদান কৰে । পিছে যুৱ সাংবাদিক গৰাকীয়ে উল্লেখ কৰি কয় যে মানুহে মানুহৰ বাবে , যিকোনো সময়তে মানুহৰ বিপজ্জনক অৱস্থাত আগবাঢ়ি আহি সমৰ্থক অনুযায়ী সহায়ৰ হাত আগবঢ়োৱাৰ পিছত এক বেলেগ ধৰণৰ আনন্দ অনুভৱ হয় । আৰু এই আনন্দ বেলেগ কামত পোৱা নাযায় ।
দৰাচলতে যুব সাংবাদিক শাহাদত আলীৰ মহানুভবতাৰ পৰিচয় দাঙি ধৰাৰ বাবে DB NEWS তৰপৰ পৰাও ধন্যবাদ থাকিল ।