Breaking

মুখ্যমন্ত্ৰীৰ হাতলৈ গ’ল স্বাস্থ্য বিভাগ! কেশৱ মহন্তক পৰিবহণ, আবকাৰীৰ আৰু মীন বিভাগৰ দায়িত্ব প্ৰদান…

0 40

অসম মন্ত্ৰীসভাৰ দপ্তৰৰ সালসলনি।


কেশৱ মহন্তৰ পৰা কৰ্তন স্বাস্থ্য বিভাগ।


স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ মুখ্যমন্ত্ৰীৰ হাতত।


স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক পৰিবহণ,আবকাৰীৰ দায়িত্ব।


লগতে মীন বিভাগৰ দায়িত্ব প্ৰদান কেশৱ মহন্তক।


ইয়াৰ উপৰিও তথ্য আৰু কাৰিকৰী বিভাগৰ দায়িত্ব কেশৱ মহন্তক।

বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ গ’ল গৃহ, কৰ্মচাৰী, লোক নিৰ্মাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস, সংস্কৃতিৰ বিভাগসমূহ।

Leave A Reply