নিশা মৰিয়নিত ভয়ংকৰ ঘটনা…

মৰিয়নি আৰক্ষী চকীৰ ওচৰতে দিগবিজয় মিশ্ৰ উৰফে পন্দিত নামৰ সুৰাপায়ী গাৰি চালকে সুৰাৰ বটলেৰে মৰিয়ায় মুৰ ফালিলে এগৰাকী মহিলাক। মৰিয়নি থানা তিনি আলিত থকা মৰিয়নি ৱাইন নামৰ ৱাইন চপ খনৰ পৰা সুৰা ক্ৰয় কৰি থকাৰ সময়তে এই ঘটনা।

গুৰুতৰ ভাবে আহত মহিলা গৰাকীক মৰিয়নি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰন কৰে।

ঘটনা সংঘটিত কৰি দিকবিজয় মিশ্ৰ উৰফে পন্দিত নামৰ সুৰাপায় চালক জন পলায়ন কৰে।জানিব পৰামতে মহিলা গৰাকীয়ে পন্দিতৰ পৰা ৫০০ টকা পাবলগা আছিল আৰু সেই টকা বিচৰাৰ বাবেই মহিলা গৰাকীক সুৰাৰ বটলেৰে মৰিয়াই মুৰ ফালিদিয়ে।

Related Articles