Breaking

আগমনী থানাত বয়লা ভৰ্তি তিনিখন ই-ৰিষ্কা আটক

0 18

আগমনী থানাত বয়লা ভৰ্তি তিনিখন ই-ৰিষ্কা আটক।

বহু দিনৰ পৰা পশ্চিম বংগৰ পৰা এই নিসিদ্ধ বয়লাৰ ৰমৰমীয়া বেহা চলাই আছে একাংশই ।

আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰোনব কুমাৰ ডেকাৰ নেতৃত্বত নিসিদ্ধ বয়লাৰ ভৰ্তি তিনিখন ই ৰিষ্কা জব্দ কৰিবলৈ সক্ষম হয় আগমনী আৰক্ষী। তিনিখন ই ৰিস্কাত প্ৰায় ৩৫০ কেজি বয়লা আছে বুলি জানিব পৰা গৈছে।


প্ৰশাসনে ইমান কঠোৰ হোৱাৰ পিছতো কেৰেপ নকৰে একাংশ ব্ৰইলাৰ ব্যৱসাই সকলে।

কাৰ তত্বাৱধানত চলিছে এই এই পশ্চিম বংগৰ নিসিদ্ধ বয়লাৰ ৰমৰমীয়া বেহা, এয়া এতিয়া ৰহস্য জনক।

Leave A Reply

Your email address will not be published.