T20 বিশ্বকাপ ট্ৰফী লৈ স্বদেশত উপস্থিত টীম ইণ্ডিয়া…

ভাৰতীয় ক্ৰিকেট দলটোৱে আজি পুৱা বাৰ্বাডোছৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিশেষ চাৰ্টাৰ্ড বিমানেৰে নতুন দিল্লীত উপস্থিত হয়।

নতুন দিল্লীৰ হোটেল ITC মৌৰ্যত উষ্ম আদৰণি জনাই খেলুৱৈসকলক।

টি-২০ বিশ্বকাপ জয়ৰ পিছত কেৰিবিয়ান দ্বীপত ৩ দিন অপেক্ষাৰ অন্তত ক্ৰিকেট নায়কসকলে ট্ৰফী লৈ ঘৰলৈ উভতি আহে।

Related Articles