Breaking

ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল ছিংগাপুৰলৈ ৰাওনা…

0 30

ছিংগাপুৰৰ লায়ন চিটি ক্লাবত ২১-২৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটো শুক্ৰবাৰে ছিংগাপুৰ অভিমুখে ৰাওনা হয়।

দলটোৰ খেলুৱৈসকল হ’ল- নয়নমণি শইকীয়া, বংগিতা হাজৰিকা, পুতুল সোণোৱাল, দীপাংকৰ শৰ্মা, স্কিয়ন শিৱ মহন্ত, ছানজিঅ পাণ্ডে, কৰীণা পাটোৱাৰী আৰু শ্বেইষ্টা শৰ্মা। দলটোৰ মেনেজাৰৰ দায়িত্বত আছে অংশুমান দত্ত।

Leave A Reply

Your email address will not be published.