Breaking

ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল প্ৰতিযোগিতাৰ বাবে ছিংগাপুৰলৈ ৰাওনা ভাৰতীয় দল…

0 27

ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল প্ৰতিযোগিতাৰ বাবে ছিংগাপুৰলৈ ৰাওনা ভাৰতীয় দল।

দলত আছে- নয়নমণি শইকীয়া, বংগিতা হাজৰিকা, পুতুল সোণোৱাল, দীপাংকৰ শৰ্মা, স্কিয়ন শিৱ মহন্ত, ছানজিঅ’ পাণ্ডে, কৰীণা পাটোৱাৰী আৰু শ্বেইষ্টা শৰ্মা।

দলটোৰ মেনেজাৰৰ দায়িত্বত আছে অংশুমান দত্ত।

Leave A Reply

Your email address will not be published.