Breaking

আজি শেষকৃত্য সম্পন্ন হ’ব IPS বিষয়া শিলাদিত্য চেতিয়া আৰু পত্নী আগমণি বৰবৰুৱাৰ…

0 59

আজি শেষকৃত্য সম্পন্ন হ’ব IPS বিষয়া শিলাদিত্য চেতিয়া আৰু পত্নী আগমণি বৰবৰুৱাৰ।

বিয়লি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব দুয়োৰে অন্ত্যেষ্টিক্ৰিয়া।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত IPS বিষয়াগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

Leave A Reply

Your email address will not be published.