Breaking

আম গছত লাগিল ঔ-টেঙাঃ হাজোৰ শনিয়াদী বিহদিয়াত এক আজৱ ঘটনা! ঔ-টেঙা চাবলৈ ৰাইজৰ ভিৰ…

0 59

প্ৰকৃতিৰ যেন এক অনবদ্য চমৎকাৰ।ঘটনাটো হাজোৰ শনিয়াদী বিহদিয়াত।এডাল আম গছত এটা ঔ-টেঙা। এয়া এক অলৌকিকতা নে প্ৰাকৃতিক পৰিঘটনা? তাকে চাবলৈ ভিৰ অগণন লোকৰ।

শনিয়াদীৰ বিহদিয়াত হাকিম আলীৰ ঘৰৰ চৌহদত থকা আম গছত লাগিছে ঔ-টেঙা।যাৰ বাবে এই আজৱ কাণ্ডই জোকাৰিছে সমগ্ৰ অঞ্চল।

Leave A Reply

Your email address will not be published.