Breaking

ৰাজ্যত এইবাৰ বিশ্ববিদ্যালয় পৰ্যায়ত হ’ব একত্ৰীকৰণ প্ৰক্ৰিয়া : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু…

0 32

ৰাজ্যত এইবাৰ বিশ্ববিদ্যালয় পৰ্যায়ত হ’ব একত্ৰীকৰণ প্ৰক্ৰিয়া। একত্ৰীকৰণ হ’ব অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়।

এইক্ষেত্ৰত ৰাজ্য চৰকাৰে শীঘ্ৰে গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত।

এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

Leave A Reply

Your email address will not be published.