Breaking

অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 15

লোকসভাৰ অধ্যক্ষ হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ ওম বিৰলা দায়িত্বভাৰ গ্ৰহণ কৰে |

আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ এনডিএ-ৰ সাংসদসকলে সাক্ষাৎ কৰে আৰু উষ্ম অভিনন্দন জ্ঞাপন কৰে। লগতে এই সময়ছোৱাত সৌহাৰ্দপূৰ্ণ বাৰ্তালাপত মিলিত হয়।

Leave A Reply