Breaking

ৰয়েল গ্ল’বেলৰ ছাত্ৰৰ জেনিছ বৰাৰ সৈতে কি হৈছিল…

0 23

ছাত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ মহানগৰীত চাঞ্চল্য।

ৰয়েল গ্ল’বেলৰ দৰে শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ জেনিছ বৰাৰ মৃত্যু।

মৃতদেহটো উদ্ধাৰ কৰা হৈছে জেনিছ বৰাৰ ভাৰাঘৰত।

মেধাৱী ছাত্ৰজনৰ পৰিয়ালৰ মতে এয়া হত্যাকাণ্ড।

এগৰাকী সহপাঠীৰ বিৰুদ্ধে পৰিয়ালৰ অভিযোগ।

অৰুণাচলৰ ছাত্ৰীৰ লগত আছিল জেনিছৰ প্ৰেমৰ সম্পৰ্ক।

অৰুণাচলৰ যুৱকৰ সৈতে মিলি জেনিছক কৰিলে হত্যা।

প্ৰেমিকা আৰু যুৱকে হত্যা কৰিলে ছাত্ৰজনক।

মৃতদেহৰ আঘাতৰ চিন সম্পৰ্কে উল্লেখ কৰিছে পৰিয়ালে।

জেনিছৰ বিপদৰ কথা গম পাইছিল বন্ধুৱে।

মৃত্যুৰ এদিনৰ পূৰ্বে বন্ধুক ফোন কৰিছিল বন্ধুক।

ছাত্ৰীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দিছে এজাহাৰ।

পৰিয়ালৰ লোকে দাখিল কৰিলে গড়চুক থানাত এজাহাৰ।

Leave A Reply

Your email address will not be published.