Breaking

উজনিত অনিৰ্দিষ্ট কাললৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ…

0 16

আজিৰে পৰা উজনিৰ লোকে নাপাব নগাঁৱৰ মাছ। অনিৰ্দিষ্ট কাললৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ।

উজনিৰ পৰিৱৰ্তে এতিয়াৰে পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰিব মাছ।

উজনিৰ পৰা মিঞা হাটাও হুংকাৰৰ পাছতে এই সিদ্ধান্ত মৎস্য ব্যৱসায়ীৰ।

Leave A Reply

Your email address will not be published.