Breaking

হ্ৰাস পাইছে বাল্য বিবাহৰ সংখ্যা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ আৰু ২০২৪ চনৰ কিশোৰীৰ গৰ্ভধাৰণৰ তথ্য প্ৰকাশ কৰে…

0 15

হ্ৰাস পাইছে বাল্য বিবাহৰ সংখ্যা, হ্ৰাস পাইছে কিশোৰীৰ গৰ্ভধাৰণৰ সংখ্যাও৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ আৰু ২০২৪ চনৰ কিশোৰীৰ গৰ্ভধাৰণৰ তথ্য প্ৰকাশ কৰে৷

সামাজিক মাধ্যমত তেওঁ উল্লেখ কৰে যে বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ নিৰৱচ্ছিন্ন যুঁজে কেৱল সমাজৰ পৰিৱৰ্তন অনাই নহয়, আমাৰ কন্যাসকলৰ বাবে এক সুস্থ জীৱনো নিশ্চিত কৰিছে৷ ২০২২ চনৰ এপ্ৰিল মাহত কিশোৰীৰ গৰ্ভধাৰণ : ৯,৩৩০, ২০২৪ চনৰ জুন মাহত কিশোৰীৰ গৰ্ভধাৰণ : ৩,৪০১।অনাগত দিনত অভিযান অবিৰতভাৱে চলি থাকিব।

Leave A Reply

Your email address will not be published.