Breaking

১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ’ল কণমানি

0 291

OC আসনত বহিল ৪ বছৰীয়া আয়াঞ্চ জয়ছোৱাল।

খাকী পোছাক পৰিধান কৰি ল’লে আৰক্ষীৰ দায়িত্ব।

শিশু দিৱসত পাণবজাৰ থানাৰ এই পদক্ষেপ।

আৰক্ষী বিষয়াৰ সপোন দেখা আয়াঞ্চক উৎসাহ ফাইলৰ ঠাইত হাতত চকলেট দি আৰক্ষীৰ দায়িত্ব।

Leave A Reply

Your email address will not be published.