Breaking

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম…

0 66

ৰাইজৰ বাবে দুখবৰ । পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।

প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১০৩ টকাকৈ দাম বৃদ্ধি।

এতিয়াৰে পৰা ২০৩৫ টকাত উপলব্ধ হ’ব বাণিজ্যিক চিলিণ্ডাৰ।

Leave A Reply

Your email address will not be published.