Breaking

দেশত বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য! ক’ত, কিমান মূল্য পেট্ৰ’ল-ডিজেলৰ…

0 81

দেশজুৰি বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।

গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৭.১৯ টকা।

আনহাতে গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৮৯.৯৬টকা।

ৰাজধানী দিল্লীতো পেট্ৰ’লৰ দাম ৯৪.৭২ টকা হ’ল গৈ।

দিল্লীত ডিজেলৰ মূল্য ৮৭.৬২ টকা প্ৰতিলিটাৰত।

মুম্বাইত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৪.২১ টকা আনহাতে ডিজেলৰ মূল্য ৯২.১৫ টকা।

কলকাতাত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৩.৯৪ টকা আহাতে ডিজেলৰ মূল্য ৯০.৭৬ টকা।

মঙলবাৰৰ মাজ নিশাৰ পৰা বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।

Leave A Reply

Your email address will not be published.