Breaking

মুষলধাৰ বৰষুণত বুৰিল গুৱাহাটী মহানগৰৰ ৰাজপথ…

0 57

দিনতেই অন্ধকাৰময় পৰিৱেশ গুৱাহাটীত।

মুষলধাৰ বৰষুণত মহানাগৰিকৰ হাহাকাৰ।

আনহাতে জিলাই জিলাই জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট।

এই দৃশ্য হৈছে চানমাৰি ৰাজপথৰ।

এজাক বৰষুণতে এবুকু পৰ্যন্ত বানপানী চানমাৰি পথত।

Leave A Reply

Your email address will not be published.