Breaking

ঢেকীয়াজুলিৰ ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত গ্রীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি

0 23

ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত গ্রীষ্মকালীন কৰ্মশালাৰ মঙলবাৰে সফল সামৰণি পৰে৷

উল্লেখ্য যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত ঢেকীয়াজুলি বিধানসভা সমষ্টি ভিত্তিত ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যায়ত অনুষ্ঠিত হৈছিল ১০ দিনীয়া গ্রীষ্মকালীন কৰ্মশালাৰ৷

এক উৎসৱমুখৰ পৰিবেশৰ মাজেৰে সফল সামৰণি পৰিল ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গ্রীষ্মকালীন কৰ্মশালাৰ৷

অনুষ্ঠানটোৰ সফল সামৰণি পৰাত ঠেলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা বিদ্যালয়ৰ সভাগৃহত এখনি সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷

Leave A Reply

Your email address will not be published.