Breaking

সলনি হ’ল কামৰূপ মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী…

0 21

সলনি হ’ল কামৰূপ মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী।

কামৰূপ মহানগৰত স্কুলৰ নতুন সময়সূচী প্ৰকাশ।

পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান।

নিম্ন প্ৰাথমিকৰ পাঠদান ৭.৩০ৰ পৰা ১২ বজালৈ।

এম ইৰ পাঠদান ৭.৩০ৰ পৰা ১২.৩০ বজালৈ।

আনহাতে উচ্চ মাধ্যমিকৰ পাঠদান ৭.৩০ৰ পৰা ১ বজালৈ।

সোমবাৰৰ পৰা প্ৰযোজ্য হ’ব এই সময়সূচী।

Leave A Reply

Your email address will not be published.