May 15, 2024 নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি… Share FacebookTwitterWhatsAppTelegramKooEmail নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি। দুটাকৈ আত্মসহায়ক গোটৰ নামত ১১ লাখৰো অধিক টকা আত্মসাৎ। ধন আত্মসাৎ কৰিয়েই বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস। বেংকৰ পাছবুক আপটুডেট কৰিবলৈ আহি হতবাক আত্মসহায়ক গোটৰ মহিলা। Related Articles ২৯জানুৱাৰীৰ পৰা ৩০জানুৱাৰীলৈ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মধুপুৰ উৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । Ranjit Kumar Das দৈনন্দিন বাৰ্তা - January 23, 2025 Magh Bihu 2025: ভোগালী বিহু উপলক্ষে ঘৰমুৱা হৈছে মহানগৰীত কৰ্মৰত লোক দৈনন্দিন বাৰ্তা - January 12, 2025 Assam Police: নাগালেণ্ডৰ য়াচাং চি বস্তিৰ পৰা উদ্ধাৰ নগাই আৱদ্ধ কৰি ৰখা টীয়কৰ আৰক্ষী দল দৈনন্দিন বাৰ্তা - January 8, 2025