ওদালগুৰিত আজি পুনৰ এজন কৰ্মচাৰীয়ে হাত ডাঙিলে৷ ধনশিৰি বন সংমণ্ডলৰ বিট অফিচাৰ লাচিত বড়াক ৩হাজাৰ পাচ শ টকাসহ হাতে লোতে ধৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই৷
দীৰ্ঘ দিন ধৰি ধনশিৰি বন সংমণ্ডলৰ বিট অফিচাৰ গৰাকীয়ে বিভাগৰ কাম কাজ কৰিবলৈ বিভিন্ন জনক ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।