Breaking

ধিং কাণ্ডৰ মূল অভিযুক্ত পাষণ্ড তাফাজ্জুলৰ জানাজা নকৰে গাঁওবাসীয়ে…

0 22

ধিং কাণ্ডৰ মূল অভিযুক্ত পাষণ্ড তাফাজ্জুলৰ জানাজা নকৰে গাঁওবাসীয়ে।

তাফাজ্জুলৰ পৰিয়ালক এঘৰীয়া গাঁওবাসীৰ। বৰভেটি গাঁৱৰ ৰাইজে ল’লে এই সিদ্ধান্ত।

মুল অভিযুক্ত তফাজ্জুল ইছলামে আৰক্ষীৰ বেষ্টনিৰ পৰা পলায়ন কৰি জাপ দিয়ে পুখুৰীত ৷

ঘটনাস্থলীৰ কাষতে থকা পুখুৰীত জাপ দিয়ে তফাজ্জুলে৷

অগ্নিনিবাৰ্পক বাহিনীয়ে পানীৰ পৰা উদ্ধাৰ কৰে তফাজ্জুলৰ মৃতদেহ ৷

Leave A Reply

Your email address will not be published.