Breaking

আগুন্তুক ৫ দিনলৈ বতৰে ল’ব কালৰূপ! প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাৰ সতৰ্কবাণী…

0 40

৭ তাৰিখলৈ ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা।

হয়তো কিছু সময়ৰ পিছতে ৰাজ্যত বতৰে কালৰূপ ল’ব পাৰে।

কেইবাখনো জিলাত প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

আগন্তুক ৫ দিনলৈ অসম, উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ৷

৫ আৰু ৬ জুলাইত অসম, মেঘালয়, অৰুণাচলতো পাৰে হ’ব প্ৰবল বৃষ্টিপাত৷

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী৷

Leave A Reply