Breaking

২০২১ চনত বিবাহপাশত আবদ্ধ হৈ সন্তান থকাৰ পাছতো শৈশৱৰ বন্ধুৰ সৈতে প্ৰেম পত্নীৰ ! শৈশৱৰ বন্ধুৰ সৈতে দ্বিতীয় বিবাহ কৰাই দিলে স্বামীয়ে…

0 14

২০২১ চনত বিবাহপাশত আবদ্ধ হৈ সন্তান থকাৰ পাছতো শৈশৱৰ বন্ধুৰ সৈতে প্ৰেম পত্নীৰ। স্বামীয়ে কৰাই দিলে প্ৰেমিকৰ সৈতে পত্নীৰ দ্বিতীয় বিবাহ।

বিহাৰৰ লক্ষীচৰাই জিলাৰ ৰামনগৰ গাঁৱৰ এজন লোকে শৈশৱৰ বন্ধুৰ সৈতে পত্নীৰ অন্তৰংগ সম্পৰ্কৰ কথা জানিব পাৰি প্ৰেমিকৰ সৈতে পত্নীৰ বিবাহৰ সুবিধা প্ৰদান কৰে।

বিহাৰৰ এই অস্বাভাৱিক বিয়াখনে সামাজিক মাধ্যমত লাভ কৰিছে চৰ্চা।

Leave A Reply

Your email address will not be published.