Breaking

অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ সংৱাদমেল সম্বোধন ৰাজ্যৰ বান, শিক্ষাসেতু এপ, নতুন ফৌজদাৰী আইন , বাল্যবিৱাহ, চিকিৎসাৰ ওপৰত আলোচনা চিকিৎসাৰ ওপৰত আলোচনা…..

0 25

বানত প্লাৱিত

ৰাজ্যৰ ১৪খন জিলাৰ ৬৯৮খন গাঁও বানত প্লাৱিত হৈছে। বানত ক্ষতিগ্ৰস্ত হৈছে ২ লাখ ৭০ হাজাৰ জনতা। সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ প্ৰতিজন জিলা উপায়ুক্তক সষ্টম হৈ থকাৰ উপৰিও নিজ নিজ অঞ্চলত বান পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । তাৰোপৰি অসম চৰকাৰ প্ৰতিজন অভিভাৱক মন্ত্ৰী, বিধায়কক নিজ নিজ অঞ্চলত বান পৰিদৰ্শন কৰি বান বিধ্বস্ত ৰাইজৰ ওচৰলৈ গৈ সকলো সমস্যাৰ সমাধানৰকল্পে কাম কৰিবলৈ নিৰ্দেশ দিয়ে৷ তাৰোপৰি কাজিৰঙাৰ মাজেদি বন্ধ কৰা হৈছে ট্ৰাকৰ চলাচল। কাজিৰঙাৰ মাজেদি প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে পাৰ কৰা হ’ব নাইট ছুপাৰ বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷কোনো মথাউৰি ভঙা নাই ৰাজ্যত অৰুণাচল প্ৰদেশত হোৱা বানপানীৰ ফলত উজনি অসমৰ জিলা সমূহ বান পৰিস্থিতি জটিল হৈছে৷ কেন্দ্ৰীয় চৰকাৰ তথা দেশৰ প্ৰধান মন্ত্ৰীৰ আশ্বাস প্ৰদান কৰে ৷ভাৰতীয় সেনা, NDRF য়েও প্ৰয়োজন অনুসৰি সহায় কৰিৱ বুলি মতপোষণ কৰে মুখ্যমন্ত্ৰীয়ে ৷

শিক্ষাসেতু এপ

‘শিক্ষকৰ অভিযোগ শুনা, শুদ্ধ কৰাটো আমাৰ দায়িত্ব। শিক্ষাসেতু এপৰ গুণগত মানত খেলিমেলি থাকিলে অভিযোগ দিয়ক। ৩১ জুলাইৰ ভিতৰত দিব পাৰিব অভিযোগ’। শিক্ষাসেতু এপৰ বিসংগতি সন্দৰ্ভত সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ শিক্ষাসেতু এপৰ বিসংগতি সন্দৰ্ভত তদন্ত কমিটী গঠন। ছেপ্টেম্বৰত ৰাজহুৱা কৰিব কমিটীয়ে দাখিল কৰা প্ৰতিবেদন। IITৰ বিশেষজ্ঞ, বিশিষ্ট শিক্ষাবিদক লৈ কমিটী গঠন। কমিটীত আছে IITৰ ডীন পৰমেশ্বৰ আয়াৰ, শৰৎ কুমাৰ পাত্ৰ, কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছায়েন্সৰ অধ্যাপক হিতেন চৌধুৰী।

৩ খন নতুন ফৌজদাৰী আইন


দেশত বলৱৎ ৩ খনকৈ নতুন ফৌজদাৰী আইন। ইতিহাস হ’ল IPC, CrPC, IEA ACT। বলৱৎ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম। নতুন আইনক লৈ মাননীয় মুখ্যমন্ত্ৰী দেৱে ভাৰতীয় আইন ব্যৱস্থাক আদৰণি জনাই ৷

বাল্যবিৱাহ


ৰজ্যখনত বাল্যবিৱাহ মষিমূৰ কৰাৰ উদ্দেশ্য মুখ্যমন্ত্ৰী দেৱে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে আৰু বাল্যবিৱাহ ৰোধ কৰাত সফল হৈছে ৰাজ্যচৰকাৰ ৷ তাৰোপৰি এতিয়াৰে পৰা যদি কোনো লোকে বাল্য বিবাহ বা ১৮ বছৰ তলৰ ছোৱালীৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰাখিব নোৱাৰিব, যদি ৰাখে এতিয়াৰে পৰা সেইলোকক ধৰ্ষণ ৰ গোচৰত অভিযুক্ত হ’ব বুলি মতপোষণ কৰে মুখ্যমন্ত্ৰীয়ে

চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা


অসমৰ কোনো চিকিৎসকে কতব্যৰত সময়ত ব্যক্তিগত চিকিৎসালয়ত কাম কৰিলে চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা আৰু ব্যক্তিগত চিকিৎসালয় খনৰ লাই’চেন্স বাতিল হ’ব বুলি মুখ্যমন্ত্ৰীয়ে চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা চিকিৎসক ওপৰত লোৱা হ’ব বিহিত ব্যৱস্থা ৷ তাৰোপৰি অসমৰ ৰাইজৰ সুবিধাৰ্থে চিকিৎসা ব্যৱস্থা সুনিশ্চিত কৰি ২০১৯ চনৰ জুন মাহত নলবাৰীত কিদনী ফ্ৰী ড্ৰাইলেছিচ চেন্তাৰ মুকলি কৰা হৈছিল ৷ যোৱা ২৩-২৪ চনত ২ লাখ ২১ হাজাৰ লোকে ফ্ৰী কিদনী ড্ৰাইলেছি ত অংশ গ্ৰহণ কৰিছে৷ সেই উদ্দেশ্য অসমৰ ১২৬ টা বিধানসভা সমষ্টিত কিডনী ফ্ৰী ড্ৰাইলেছিচ চেন্টাৰ খোলাৰ পোষকতা ৰাজ্যচৰকাৰে কৰিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে৷

Leave A Reply