Breaking

ধিঙৰ আঠগাঁও বৰনামঘৰত মানসিকভাৱে অসুস্থ যুৱক জিতু বৰাক প্ৰহাৰ…

0 56

ধিঙৰ আঠগাঁও বৰনামঘৰত মানসিকভাৱে অসুস্থ যুৱকক প্ৰহাৰ। উপাসনাস্থলীতে জিতু বৰা নামৰ যুৱকজনৰ ভাঙিলে কেইবাটাও দাঁত।

প্ৰহাৰত ভাগিল হাত-ভৰি, মূৰতো আঘাতপ্ৰাপ্ত হ’ল যুৱকজন। বৰনামঘৰত ভাগৱত পাঠত অংশ লৈছিল জিতু বৰাই। জিতুৰ চুৰিয়াখন খুলি ভেঙুচালি কৰিছিল এজন যুৱকে।

তাৰ পাছতে হয় কাজিয়াৰ সূত্ৰপাত। অৱশেষত একাংশ ভক্তই উপৰ্যুপৰি প্ৰহাৰ কৰি আহত কৰে জিতুক।

Leave A Reply

Your email address will not be published.