Breaking

দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনিটাকৈ ড্ৰাগছ সৰ্বৰাহকাৰী আটক…

0 82

👉Slug—— দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনিটাকৈ ড্ৰাগছ সৰ্বৰাহকাৰী আটক ।
👉 দুলীয়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত তিনিটাকৈ ড্ৰাগছ সৰ্বৰাহকাৰী আটক ।
👉অভিযানত ASO6 R 0751 এখন ছুইফট ডিজাইয়াৰ গাড়ী সহ AS06 Y 4340 নম্বৰৰ স্কুতি জব্দ কৰিছে আৰক্ষীয়ে ।


👉গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অইল কলনিত অভিযান চলাই প্ৰথমে বৰুৱা তিনিআলিৰ ঋতুপণ বৰবৰাক আটক কৰে ।
👉ঋতুপণ বৰবৰাৰ চিকাউক্তিৰ ভিত্তিত দুলিয়াজান থাপা বস্তিৰ চাহিল বাল্মীকি আৰু বিজুলীৰৰ প্ৰিয়ংছোঁ বড়োক আটক কৰিছে ।


👉তিনিওটা ড্ৰাগছ সৰ্বৰাহকাৰী জিমাৰ পৰা দুলীয়াজান আৰক্ষীয়ে ২.২৮ গ্ৰাম হেৰইন জব্দ কৰিছে ।
👉ইফালেদি এই সন্দৰ্ভত দুলিয়াজান আৰক্ষীয়ে 260/23 u/s279/427 IPC R/W Sec21(a)/27 NDPS Act পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।

Leave A Reply

Your email address will not be published.