Breaking

‘দেশত কংগ্ৰেছৰ কোনো ধৰণৰ উত্থান হোৱা নাই’। লোকসভা নিৰ্বাচনত ৩০০ আসন লাভ কৰি পুনৰ শাসনলৈ আহিব বিজেপি ! এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ…

0 57

দেৰগাঁৱৰ ভাঙোনমুখী পৌৰ সভাৰ ত্ৰাণকৰ্তাৰ ৰূপত মন্ত্ৰী পীয়ূষ হাজৰিকা

দেৰগাঁও পৌৰ সভাৰ পৌৰনেত্ৰীৰ ওপৰত ৯গৰাকী ৱাৰ্ড কমিছনাৰে আনিছিল অনাস্থা প্ৰস্তাৱ

দেৰগাঁৱৰ পৰিদৰ্শন বাংলোত শনিবাৰে মন্ত্ৰীগৰাকী মিলিত হয় ৯গৰাকী ৱাৰ্ড কমিছনাৰৰ সৈতে

অৱশেষত পুনৰ পূৰ্বৰ দৰেই হৈ থাকিল পৌৰ সভা

দলৰ অনুৰোধ মৰ্মেই উঠাই ল’লে অনাস্থা প্ৰস্তাৱ

কংগ্ৰেছ দল প্ৰসঙ্গতো পীয়ূষ হাজৰিকাৰ মন্তব্য

বাগিচা অঞ্চলৰ কংগ্ৰেছৰ মিটিঙত এশ ডেৰশতকৈ মানুহ নহয়, শংকিত হোৱাৰ প্ৰশ্নই নাহে

যি সমূহ সমষ্টিত কংগ্ৰেছ জিকিছে সেয়া নতুন নহয় পূৰ্বৰে পৰা সেই চিট কংগ্ৰেছৰেই আছিল

আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১১ খন আসন লাভ কৰিবলৈ সক্ষম হ’ব

Leave A Reply

Your email address will not be published.