Breaking

অসমৰ যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ! অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা মেঘালয়ৰ HYNF নামৰ সংগঠনটোৰ…

0 38

অসমৰ টেক্সিক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা মেঘালয়ৰ HYNF নামৰ সংগঠনটোৰ। অসমৰ যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি।

মেঘালয়ৰ বিভিন্ন পৰ্যটনস্থলী অভিমুখী অসমৰ বাহনসমূহক পূৱ খাছী পাহাৰ জিলাৰ উমটিংগাৰত বাধা প্ৰদান সংগঠনটোৰ। আৰক্ষী আৰু সংগঠনটোৰ মাজত উত্তপ্ত পৰিস্থিতি।

আৰক্ষীয়ে আটক কৰিলে সংগঠনটোৰ কেইবাজনো সদস্যক। উল্লেখ্য যে মাত্ৰ এটা সপ্তাহ পূৰ্বে মেঘালয়ৰ পৰ্যটন মন্ত্ৰী প’ল লিংডোৱে ঘোষণা কৰিছিল ৰাজ্যখনৰ পৰ্যটনস্থলী সমূহলৈ অসমৰ টেক্সি সমূহৰ যাতায়তত কোনো বাধা নথকাৰ কথা।

Leave A Reply

Your email address will not be published.