Breaking

‘ৰাজ্যৰ ৰাজনীতিত ধুমুহা বলিবলৈ এতিয়াও বাকী : লুৰীণজ্যোতি গগৈ…

0 50

‘ৰাজ্যৰ ৰাজনীতিত ধুমুহা বলিবলৈ এতিয়াও বাকী। অপেক্ষা কৰক, কিছুদিন পাছতে আহি আছে ভয়াৱহ ছুনামি।

কথাবোৰ এতিয়াই ৰাজহুৱাকৈ কোৱাৰ সময় নহয়’।

AJPত একাংশ ব্যক্তিৰ যোগদান সন্দৰ্ভত এই মন্তব্য লুৰীণজ্যোতি গগৈৰ।

Leave A Reply

Your email address will not be published.