Breaking

অযোধ্যাৰ ৰাম মন্দিৰত নাথাকিব VIP শাৰী…

0 13

অযোধ্যাৰ ৰাম মন্দিৰত নাথাকিব কোনো VIP শাৰী।কিছু নিয়মৰ পৰিৱৰ্তন কৰা হৈছে ৰাম মন্দিৰৰ।পূজাৰীক দক্ষিণা দিয়াৰ পৰিৱৰ্তে মন্দিৰত ৰখা দান পাত্ৰত হে আগবঢ়াব লাগিব দক্ষিণা।

এটা বিশেষ অভিযোগ ৰাম মন্দিৰ কতৃপক্ষলৈ,যে সকলো ভক্তক সমান ব্যৱহাৰ কৰা হোৱা নাই।একাংশ লোকে লাভ কৰিছে বিশেষ সুবিধা।আন একাংশই আকৌ লাভ কৰা নাই সেই সুবিধা।


সেইবাবে VIP শাৰী উঠাই দিয়া হৈছে ৰাম মন্দিৰৰ পৰা।এতিয়াৰ পৰা সকলো ভক্তই শাৰী পাতি মন্দিৰ দৰ্শন কৰিব লাগিব।

Leave A Reply