Breaking

টীক কাৰ্বি আংলং সৌজন্যত হাওৰাঘাট বিধানসভাৰ সমষ্টি ভিক্তিত ডকমকা হলত এদিনীয়া কৰ্মসূচীৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনূসূচীত ৰূপায়ণৰ সন্দৰ্ভত আলোচলা চক্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে কেএএচি ৰ চীফ ডা° তুলিৰাম ৰংহাং

0 18

আলোচনাত বিষয় সমূহৰ এনেধৰণৰ য়ে

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনূসূচীত ৰুপায়ণ ৷ ইয়াৰ ক্ষমতা ;প্ৰসাৰ প্ৰয়োগ সন্দৰ্ভত ৰাইজৰ সৈতে মতবিনিময় কৰে ৷
তদুপৰি আগন্তুক সংসদত অধিবেশনৰ ১২৫তম ভাৰতীয় সংবিধান উল্লেখীত ষষ্ঠ অনূসূচীত সংহোধনী বিষয় সন্দৰ্ভত আলোচনা কৰে ৷

স্বায়ত্ত্ব শাসিত পৰিষদৰ অধিক ক্ষমতা আৰু ৰুপায়ণ লগতে কেন্দ্ৰীয় চৰকাৰে অধিক ধন পূঁজি প্ৰত্যক্ষভাৱে পৰিষদৰ যোগান ধৰা সন্দৰ্ভত আলোচনা কৰে ৷


ভাৰতীয সংবিধানৰ উল্লেখ কৰা ২৮০অনূচ্চেদ অনূসৰি ভাৰত চৰকাৰে পৰিষদলৈ ধন যোগান ধৰা ৷

ভাৰতীয সংবিধান উল্লেখ থকা 244 ক ৰুপায়ণ সন্দৰ্ভত আলোচনা কৰে ৷

তদুপৰি কাৰ্বি পৰম্পৰাৰ কাষ্টমাৰী আইন আধুনিক কাৰ্বি সমাজৰ ৰুপায়ণৰ সন্দৰ্ভত ৰাইজৰ সৈতে আলোচনা কৰে ৷

প্ৰাক্তন ইএম কাৰ্বি পৰিষদৰ এলৱিন টেৰন ৷ প্ৰাক্তন বিধায়ক ধৰম চিং টেৰন সঁহ কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ ইএম লূন চিং টেৰন ৷ পৰিষদৰ অধক্ষ্য ৷উপাদক্ষ্য আৰু পৰিষদৰ এমএচি আৰু অন্যান্য গণ্যমান ব্যক্তি সকল উপস্থিত থাকে ৷

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনূসূচীত অধীনস্থ পিজি আৰ আৰু ভিজিআৰ মাটিত দখলমুক্ত কৰিবলৈ পৰিষদে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনূসুৰি কাৰ্য্যব্যবস্তা কৰা হব বুলি সাংবাদিকক মতামত প্ৰকাশ কৰে ৷

Leave A Reply

Your email address will not be published.