Breaking

ফটাশিল আমবাৰীত চোৰৰ লুটপাট ! মহানগৰ আৰক্ষীৰ জালত নাবালকসহ ৭টাকৈ চোৰ…

0 86

ফটাশিল আমবাৰীত চোৰৰ লুটপাট৷

এখন স্কুটাৰসহ উদ্ধাৰ ৮টাকৈ চুৰি মোবাইল৷ মহানগৰ আৰক্ষীৰ জালত নাবালকসহ ৭টাকৈ চোৰ৷

ধৃত চোৰকেইটা পৃথ্বী গুপ্তা, ৰোহন ৰয়, অমন গীল, চালাম মিঞা, জিয়াৰুল হক, সজল হক৷

Leave A Reply

Your email address will not be published.