Breaking

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণাঃ অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত হ’ব পৰীক্ষা…

0 58

অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা।

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে৷

১৫, ২২, ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা৷

২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা।

ফেচবুক লাইভযোগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

Leave A Reply

Your email address will not be published.