ছিকিমত পুনৰ জয় ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ…

ছিকিমত পুনৰ জয়ী হ’ল ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এম।৩১খন আসন লাভেৰে জয় লাভ কৰে দলটোৱে।


আনহাতে বিৰোধী তথা পূৰ্বৰ শাসনাধিষ্ঠ দল এছ ডি এফ দলে মাত্ৰ এখন আসন লাভ কৰি দলটোৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে এছ কে এমৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হয়।


ৰেনক বিধানসভা সমষ্টিত তৃতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰে ছিকিমৰ মুখ্যমন্ত্ৰী তথা SKMৰ প্ৰাৰ্থী প্ৰেম সিং তামাঙে।

ৰাজ্যখনত পুনৰ এবাৰ প্ৰেম সিঙেই মুখ্যমন্ত্ৰী আসনত বহাৰ সম্ভাৱনা।

Related Articles