Breaking

এইবাৰ মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিত নাৰ্ছিঙৰ ছাত্ৰীক নিৰ্যাতন…

0 13

কলকাতাৰ পাছত এইবাৰ মহাৰাষ্ট্ৰ! ইটোৰ পাছত সিটো ধৰ্ষণ কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। এইবাৰ মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিত নাৰ্ছিঙৰ ছাত্ৰীক যৌন উৎপীড়ন।

কলেজৰ পৰা অটোৰিক্সাত ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই ঘটনা। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ভুক্তভোগী ছাত্ৰীগৰাকী।

দোষীক ফাঁচীৰ দাবীত উত্তাল মহাৰাষ্ট্ৰ। অটো চালকক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত।

Leave A Reply

Your email address will not be published.