এইবাৰ হিচাবতকৈ বেছি বৰষুণ হৈছেঃ জয়ন্ত মল্ল বৰুৱা…

এইবাৰ অসমত হিচাবতকৈ বেছি বৰষুণ হৈছে, এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ। কাজিৰঙাৰ ৰাজপথত ড্ৰাইভ শ্ল’ প্লেকাৰ্ড লৈ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। যান বাহনৰ গতিবেগ ৰোধ কৰিবলৈ চালকক আহ্বান মন্ত্ৰীগৰাকীৰ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে এইবাৰ বন বিভাগে অত্যন্ত দক্ষতাৰে কাম কৰাৰ ফলত কেৱল এটা বন্যজীৱ বাহনৰ খুন্দাত মৃত্যু মুখত পৰিছে। আনহাতে সাম্প্ৰতিক কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ লবলৈ বন শিবিৰত উপস্থিত হল মন্ত্ৰীগৰাকী।

Related Articles