Breaking

‘ প্ৰথমবাৰৰ বাবে পৰীক্ষাত থাকিব নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা’ ! সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

0 22

‘এইবাৰৰ পৰীক্ষা প্ৰত্যাহ্বানমূলক হ’ব। প্ৰথমবাৰৰ বাবে পৰীক্ষাত থাকিব নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা’। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য।

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে আৱেদন কৰিছে মুঠ ১১ লাখ প্ৰাৰ্থীয়ে।

‘ৰাজ্যত দৰিদ্ৰতা নিৰ্মূলত সহায়ক হৈছে অৰুণোদয় আঁচনি’। সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Leave A Reply

Your email address will not be published.