Breaking

‘Emergency’ৰ মুক্তিৰ পূৰ্বে কংগনা ৰাণাৱটলৈ ভাবুকি! ছবিখনকলৈ কি ক’লে অভিনেত্ৰীগৰাকীয়ে…

0 12

‘Emergency’ৰ মুক্তিৰ পূৰ্বে কংগনা ৰাণাৱটলৈ মৃত্যুৰ ভাবুকি। শিখ উগ্ৰপন্থী গোটে ছচিয়েল মিডিয়াযোগে দিছে ভাবুকি। আৰক্ষীৰ সহায় বিচাৰি X-যোগে আহ্বান অভিনেত্ৰী তথা বিজেপি সাংসদগৰাকীৰ। ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে কংগনা ৰাণাৱটে। ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ছবিখনে।

মাণ্ডিৰ বিজেপিৰ সাংসদ তথা অভিনেতা কংগনা ৰানাৱটে শিখ সম্প্ৰদায়ৰ পৰা ভাবুকি লাভ কৰিছে তেওঁৰ আগন্তুক চিনেমাৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত। ৬ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া ‘ইমাৰ্জেন্সি’ ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰি থকা এই ভাবুকিমূলক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অভিনেতাগৰাকীয়ে আৰক্ষীৰ সহায় বিচাৰিছিল।

Leave A Reply

Your email address will not be published.