Breaking

জালুকবাৰী আৰক্ষীৰ জালত তিনিটা বাইক চোৰ

0 164

জালুকবাৰী আৰক্ষীৰ জালত তিনিটা বাইক চোৰ৷

ভঙাগড়ৰ সুমন দাস, সোণাইঘুলিৰ বাবু নেওগ, নালাপাৰাৰ পদুম বাহাদুৰ চেত্ৰী নামৰ বাইক চোৰ তিনিটাক আটক৷

শৰাইঘাট দলঙত তালাচীৰ সময়তে আটক চোৰকেইটাক৷

Leave A Reply

Your email address will not be published.