Breaking

মৈৰাবাৰীৰ সগুণবাঁহী গাঁৱত চোৰাংচোৱাৰ অভিযানত আটক তিনিজনকৈ চাইবাৰ অপৰাধী…

0 47

VDP’ৰ সভাপতিৰ ঘৰত উদ্ধাৰ চাইবাৰ অপৰাধত ব্যৱহৃত চিম কাৰ্ড।

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সক্ৰিয় মৰিগাঁও আৰক্ষী।

মৈৰাবাৰীৰ সগুণবাঁহী গাঁৱত চোৰাংচোৱাৰ অভিযানত আটক তিনিজনকৈ চাইবাৰ অপৰাধী।

ধৃত চাইবাৰ অপৰাধী তিনিটাৰ নাম ক্ৰমে: ইছাহাক আলি,ৰাববুল ইছলাম আৰু গীয়াছ উদ্দীন।

ধৃত তিনিও জনৰ ঘৰ মৈৰাবাৰীৰ সগুনবাঁহী গাঁৱত।

নিশা মৰিগাঁও জিলা চোৰাংচোৱাৰ এটা অভিযানকাৰী দলে ইছাহাক আলি আৰু ৰাববুল ইছলামৰ ঘৰত পৃথকে পৃথকে তালাচী চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ চাইবাৰ অপৰাধত ব্যৱহৃত অবৈধ সামগ্ৰী।

Leave A Reply

Your email address will not be published.