Breaking

ধুবুৰীত আৰক্ষীৰ অভিযানত চোৰাং সাৰসহ তিনিজন লোকক গ্ৰেপ্তাৰ।

0 2,015

কৃষকৰ বাবে যোগান ধৰা ইউৰীয়া সাৰ চোৰাং বজাৰত বিক্ৰী। ধুবুৰীৰ নিউঘাটত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে চোৰাং সাৰ। WB 69-A/5762 নম্বৰৰ এখন মিনি ট্ৰাকত ৪০ বস্তা ইউৰীয়া সাৰ যোৱাকালি নিউঘাটলৈ নিয়াৰ সময়ত ধুবুৰী এ,এম,কো ৰোড  আৰক্ষীয়ে গোপন খবৰৰ ভিক্তিত আটক কৰিছে তিনিজনকৈ যুবকক। লোক কেইজন ক্ৰমে – বিকাশ লাকৰা (২5) আলিপুৰ দোৱাৰ, অনিমেষ দাস (২৬) আলিপুৰ দোৱাৰ আৰু মহম্মদ ৰাহিবুল ইছলাম (২০) ।

Leave A Reply

Your email address will not be published.