Breaking

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত এনকাউণ্টাৰত নিহত ৩ সন্ত্ৰাসবাদী…

0 13

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এনকাউণ্টাৰত নিহত ৩ সন্ত্ৰাসবাদী। বুধবাৰে নিশাৰে পৰা ৰাজৌৰী,

কুপৱাড়া আৰু পুঞ্চত সন্ত্ৰাসবাদীবিৰোধী অভিযান। নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি ৰাখিছে সমগ্ৰ অঞ্চল।

কুপৱাড়াত LOC অতিক্ৰমী দুটাকৈ স্থানত প্ৰৱেশৰ চেষ্টা সন্ত্ৰাসবাদীৰ।

Leave A Reply

Your email address will not be published.